সকলো হেৰুৱাই
কি Ase মোৰ কাষত........
🎹 🎹 🎹
সকলো হেৰুৱাই
কি Ase মোৰ কাষত,
এতিয়া মাথোঁ নীৰৱতা
বুকুৰ ভিতৰত..... ।।
....সপোন দেখিচিলোঁ
তোমাক লৈ কাষত,
হেৰাই Gol সকলো
সময়ৰ সোতত..... ।।
......সকলো হেৰুৱাই
নিজকো হেৰুৱালোঁ,
তোমাক বিচাৰি ফুৰি
নিজৰ পৰাই আঁতৰিলো...।।
....সকলো হেৰুৱাই
নিজকো হেৰুৱালোঁ,
তোমাক বিচাৰি ফুৰি
নিজৰ পৰাই আঁতৰিলো...।।
Aaaa........Aaaaa........Oooo.......
🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵
(Antara 1)
তুমি যোৱা বাততো আজি
চাই থাকোঁ মনে মনে,
অকলশৰে ৰৈ থাকোঁ
প্ৰতিদিনে, প্ৰতিক্ষণে ।।
Ooo....তুমি যোৱা বাততো আজি
চাই থাকোঁ মনে মনে,
অকলশৰে ৰৈ থাকোঁ
প্ৰতিদিনে, প্ৰতিক্ষণে........ ।।
বহু কথা Asil
ক'ব নোৱাৰিলোঁ,
কিমান মৰম ৰৈ Gol
দিবও নোৱাৰিলোঁ....।
...হেৰাই Golu মই,
অচিনাকি হৈ দূৰত.....।।
...........সকলো হেৰুৱাই
নিজকো হেৰুৱালোঁ,
তোমাক বিচাৰি ফুৰি
নিজৰ পৰাই আঁতৰিলো...।
...সকলো হেৰুৱাই
নিজকো হেৰুৱালোঁ,
তোমাক বিচাৰি ফুৰি
নিজৰ পৰাই আঁতৰিলো...।।
🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵
[Bridge]
এতিয়া নাই কোনো অভিযোগ,
নাই অভিমান,
বুকুত মাথোঁ Roi Gol
দুখ অকণমান.... ।
🎵🎵🎵এতিয়া নাই কোনো অভিযোগ,
নাই অভিমান,
বুকুত মাথোঁ Roi Gol
দুখ অকণমান.... ।
তুমি সুখী হোৱা
এইয়াই মোৰ কামনা
উশাহেও পাহৰা নাই
তোমাৰ ভাৱনা.... ।।
[Verse 3]
সকলো হেৰুৱাই
নিজকো হেৰুৱালোঁ,
তোমাক বিচাৰি ফুৰি
নিজৰ পৰাই আঁতৰিলো...।।
সকলো হেৰুৱাই
নিজকো হেৰুৱালোঁ,
তোমাক বিচাৰি ফুৰি
নিজৰ পৰাই আঁতৰিলো...।।
Hmmm.... Hmmm..... Hmmm.......
[Fade Out]
🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵