অ’ আজিকালি বাইদেউ দামী মোবাইল ফোন,
দাদাহঁতে মাৰি থাকে আশীৰ্বাদৰ লোন! 📱😂
দাদা পুৱাতে যায় কামলৈ,
বাইদেউ যায় সদায় সদায় ল’ৰা স্কুলত থ’বলৈ।
স্কুল বহাৰ পিছতে নবৌ থাকে Busy ম’বাইলত,
বিচাৰি ফুৰে ডেকা ল’ৰাৰ মৰম ফেচবুকত! 😂📱
দাদাই ঘাম পেলাই কাম কৰে দিনটো,
নবৌৰ Inbox-ত চলে প্ৰেমৰ চিনটো! 🤣
দাদা আহে ঘৰলৈ ভাগৰি-ভাগৰি,
নবৌ কয়— “ম’বাইলটো দিয়া, Battery গ’ল নেকি?” 😂
অ’ আজিকালি বাইদেউ দামী মোবাইল ফোন,
দাদাহঁতে মাৰি থাকে আশীৰ্বাদৰ লোন! 🎵😂